TIME8 News
TIME8 News
  • Видео 88 112
  • Просмотров 1 100 403 338

Видео

সুৰামত্ত অৱস্থাত যুৱকৰ ভৰি ভঙা ৩ আৰক্ষীৰ ৰিজাৰ্ভ ক্লজ ।
Просмотров 4604 часа назад
সুৰামত্ত অৱস্থাত যুৱকৰ ভৰি ভঙা ৩ আৰক্ষীৰ ৰিজাৰ্ভ ক্লজ । নিৰ্দোষী জনতাক প্ৰহাৰ কৰাৰ অভিযোগ বশিষ্ঠ থানাৰ তিনি আৰক্ষী বিষয়াৰ বিৰুদ্ধে ।
মহাবিদ্যালয়ৰ নামভৰ্তিক লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা ।
Просмотров 6296 часов назад
মহাবিদ্যালয়ৰ নামভৰ্তিক লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা । বছৰি ২ লাখতকৈ কম বাৰ্ষিক উপাৰ্জনৰ অভিভাৱকৰ সন্তানে লাভ কৰিব বিনামূলীয়া নামভৰ্তি । নামভৰ্তিত অসুবিধা পালে জিলা আয়ুক্ত অথবা শিক্ষা বিভাগৰ যোগাযোগ কৰাৰ আহ্বান ।
লোকসভাৰ অধ্যক্ষ নিৰ্বাচিত ওম বিৰলা ।
Просмотров 6 тыс.7 часов назад
লোকসভাৰ অধ্যক্ষ নিৰ্বাচিত ওম বিৰলা । ধ্বনি ভোটত কে সুৰেশক পৰাস্ত কৰিলে ওম বিৰলাই ।
I.N.D.I.Aত ভাঙোন আৰম্ভ !
Просмотров 1,2 тыс.10 часов назад
I.N.D.I.Aত ভাঙোন আৰম্ভ ! লোকসভাৰ অধ্যক্ষ নিৰ্বাচনত কংগ্ৰেছৰ প্ৰাৰ্থীক সমৰ্থন নজনাই TMCয়ে । প্ৰাৰ্থী নিৰ্বাচনত কংগ্ৰেছে একপক্ষীয় সিদ্ধান্ত লোৱাৰ অভিযোগ TMCৰ।
কোন হ'ব লোকসভাৰ অধ্যক্ষ?
Просмотров 3 тыс.10 часов назад
কোন হ'ব লোকসভাৰ অধ্যক্ষ?আজি দিনৰ ১১ বজাত নিৰ্বাচন হ'ব অষ্টাদশ লোকসভাৰ অধ্যক্ষ ।
লোকসভাত ৰাহুল গান্ধী হ'ব বিৰোধী দলৰ নেতা। AICCৰ তৰফৰ কৰা হ'ল এই ঘোষণা
Просмотров 2,8 тыс.20 часов назад
লোকসভাত ৰাহুল গান্ধী হ'ব বিৰোধী দলৰ নেতা। AICCৰ তৰফৰ কৰা হ'ল এই ঘোষণা
১ জুলাইৰ পৰা দেশত আহিব নতুন আইন।
Просмотров 9 тыс.21 час назад
১ জুলাইৰ পৰা দেশত আহিব নতুন আইন। IPC, CRPCৰ পৰিৱৰ্তে আহিবলগীয়া আইনত আছে কি কি নতুন নিয়ম, জানি লওক আজিয়েই
১ জুলাইৰ পৰা দেশত আহিব নতুন আইন।
Просмотров 4 тыс.22 часа назад
১ জুলাইৰ পৰা দেশত আহিব নতুন আইন। IPC, CRPCৰ পৰিৱৰ্তে আহিবলগীয়া আইনত আছে কি কি নতুন নিয়ম, জানি লওক আজিয়েই
নীপকোৱে খুলি দিছে ৰঙানদী বান্ধৰ ৭খনকৈ গেট।
Просмотров 22 тыс.22 часа назад
নীপকোৱে খুলি দিছে ৰঙানদী বান্ধৰ ৭খনকৈ গেট। ৰাজ্যত পুনৰ ভয়ংকৰ হ'ব বান পৰিস্থিতি। ৬.৪০ বজাত খুলি দিয়া হৈছে ৰঙানদী বান্ধৰ গেট। নৈপৰীয়া ৰাইজক সাৱধান হৈ থকাৰ আহ্বান
লোকসভাৰ মজিয়াত শপত লৈ নতুন বিতৰ্কৰ সৃষ্টি কৰিলে আছাদুদ্দিন ওৱেইছীয়ে।
Просмотров 1,8 тыс.2 часа назад
লোকসভাৰ মজিয়াত শপত লৈ নতুন বিতৰ্কৰ সৃষ্টি কৰিলে আছাদুদ্দিন ওৱেইছীয়ে। শপত লোৱাৰ পিছতেই ওৱেইছীয়ে দিলে জয় পেলেষ্টাইন ধ্বনি। ওৱেইছীৰ এই কাণ্ডক লৈ সৰৱ হৈ পৰিল বিজেপি
নামনি সোৱনশিৰি জলবিদ্যুৎ প্ৰকল্পত ভয়ংকৰ ঘটনা।
Просмотров 7 тыс.2 часа назад
নামনি সোৱনশিৰি জলবিদ্যুৎ প্ৰকল্পত ভয়ংকৰ ঘটনা। সোৱণশিৰিৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ পিছতেই পাৱাৰ হাউছত সোমাইছে পানী। হাহাকাৰ অৱস্থা
পদপথৰ চাহ দোকানী, হোটেল, ৰেষ্টুৰেন্টৰ গৰাকীৰ বাবে ডাঙৰ খবৰ।
Просмотров 4,5 тыс.2 часа назад
পদপথৰ চাহ দোকানী, হোটেল, ৰেষ্টুৰেন্টৰ গৰাকীৰ বাবে ডাঙৰ খবৰ। যিকোনো মুহূৰ্তত প্ৰশাসনে চলাব অভিযান, বন্ধ হৈ পৰিব পাৰে হোটেল, ৰেষ্টুৰেন্টসমূহ। চাহ দোকানত ঘৰুৱা চিলিণ্ডাৰ পালেই বিহা হ'ব জৰিমনা
ইতিহাস ৰচনা কৰি T-20 বিশ্বকাপৰ ছেমি ফাইনেলত প্ৰৱেশ আফগানিস্তানৰ ।
Просмотров 17 тыс.2 часа назад
ইতিহাস ৰচনা কৰি T-20 বিশ্বকাপৰ ছেমি ফাইনেলত প্ৰৱেশ আফগানিস্তানৰ । বাংলাদেশৰ বিৰুদ্ধে ৰোমাঞ্চকৰ মেছত ৮ ৰাণত জয়লাভ আফগানিস্তানৰ । ছেমি ফাইনেল খেলাৰ স্বপ্নভংগ হ'ল অষ্ট্ৰেলিয়াৰ ।
শক্তি বৃদ্ধি I.N.D.I.Aৰ । বিৰোধী শিৱিৰত চামিল হোৱাৰ দিশে বিজু জনতা দল ।
Просмотров 8 тыс.2 часа назад
শক্তি বৃদ্ধি I.N.D.I.Aৰ । বিৰোধী শিৱিৰত চামিল হোৱাৰ দিশে বিজু জনতা দল ।
ৰাম মন্দিৰৰ ছাদত মেলিছে ফাট ।
Просмотров 1 тыс.2 часа назад
ৰাম মন্দিৰৰ ছাদত মেলিছে ফাট ।
ৰেচন কাৰ্ডৰ গৰাকীয়ে আজিয়েই কৰক এই কাম ।
Просмотров 2,3 тыс.2 часа назад
ৰেচন কাৰ্ডৰ গৰাকীয়ে আজিয়েই কৰক এই কাম ।
বিবাহৰ পিছতেই সোণাক্ষী সিনহাক নিষিদ্ধ ঘোষণা ।
Просмотров 4,3 тыс.2 часа назад
বিবাহৰ পিছতেই সোণাক্ষী সিনহাক নিষিদ্ধ ঘোষণা ।
বাংলাদেশক ১১৬ ৰাণৰ লক্ষ্য বান্ধি দিলে আফগানিস্তানে ।
Просмотров 9432 часа назад
বাংলাদেশক ১১৬ ৰাণৰ লক্ষ্য বান্ধি দিলে আফগানিস্তানে ।
T-20 বিশ্বকাপৰ ছেমি ফাইনেলত প্ৰৱেশ ভাৰতৰ ।
Просмотров 5 тыс.2 часа назад
T-20 বিশ্বকাপৰ ছেমি ফাইনেলত প্ৰৱেশ ভাৰতৰ ।
অৱসৰপ্ৰাপ্ত চৰকাৰী কৰ্মচাৰীসকল সাৱধান !
Просмотров 1,5 тыс.2 часа назад
অৱসৰপ্ৰাপ্ত চৰকাৰী কৰ্মচাৰীসকল সাৱধান !
ৰাজ্যত বতৰে পুনৰ ধাৰণ কৰিব কালৰূপ। ১০০মিলিমিটাৰৰো অধিক বৰষুণৰ সম্ভাৱনা।
Просмотров 15 тыс.2 часа назад
ৰাজ্যত বতৰে পুনৰ ধাৰণ কৰিব কালৰূপ। ১০০মিলিমিটাৰৰো অধিক বৰষুণৰ সম্ভাৱনা।
ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত চলে অবৈধ ব্যৱসায় ।
Просмотров 4,4 тыс.4 часа назад
ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত চলে অবৈধ ব্যৱসায় ।
আধাৰ কাৰ্ড থাকিলেই লাভ কৰিব লাখ-লাখ টকাৰ ঋণ।
Просмотров 21 тыс.4 часа назад
আধাৰ কাৰ্ড থাকিলেই লাভ কৰিব লাখ-লা টকাৰ ঋণ।
সাৱধান! মহানগৰীকে ধৰি ৰাজ্যৰ ভিন্ন প্ৰান্তত প্ৰচণ্ড গৰম ।
Просмотров 1,6 тыс.4 часа назад
সাৱধান! মহানগৰীকে ধৰি ৰাজ্যৰ ভিন্ন প্ৰান্তত প্ৰচণ্ড গৰম ।
বায়ুসেনাত ওলাইছে চাকৰি । দ্বাদশ শ্ৰেণীৰ উত্তীৰ্ণয়ো কৰিব পাৰিব আবেদন ।
Просмотров 6 тыс.4 часа назад
বায়ুসেনাত ওলাইছে চাকৰি । দ্বাদশ শ্ৰেণীৰ উত্তীৰ্ণয়ো কৰিব পাৰিব আবেদন ।
পুনৰ মুখ্যমন্ত্ৰী হৈয়ে একচন আৰম্ভ চন্দ্ৰবাবু নাইডুৰ ।
Просмотров 9 тыс.4 часа назад
পুনৰ মুখ্যমন্ত্ৰী হৈয়ে একচন আৰম্ভ চন্দ্ৰবাবু নাইডুৰ ।
বিজেপি এৰিলে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীয়ে ।
Просмотров 1,5 тыс.4 часа назад
বিজেপি এৰিলে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীয়ে ।
নিয়ন্ত্ৰণলৈ অহা নাই বৰাকৰ বান পৰিস্থিতি ।
Просмотров 7104 часа назад
নিয়ন্ত্ৰণলৈ অহা নাই বৰাকৰ বান পৰিস্থিতি ।
সাৱধান ! এইবাৰ ৰাজ্যৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী সকলক টাৰ্গেট প্ৰৱঞ্চকৰ ।
Просмотров 1,4 тыс.4 часа назад
সাৱধান ! এইবাৰ ৰাজ্যৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী সকলক টাৰ্গেট প্ৰৱঞ্চকৰ ।

Комментарии

  • @indranildeka8232
    @indranildeka8232 48 секунд назад

    মোৰ চাহৰ কাপটো হাতৰ পৰা পৰি গৈছে।

  • @Shubham24517
    @Shubham24517 2 минуты назад

    দৈলৈগাও বিৰবিৰাত শব্দ হৈছে

  • @JahidulIslam-ug3ho
    @JahidulIslam-ug3ho 2 минуты назад

    Barpeta.garymari.pather.big.saund.tody

  • @ArupDimpuRoy
    @ArupDimpuRoy 3 минуты назад

    Mushalpur hoise

  • @MarjinaAhmedMoina
    @MarjinaAhmedMoina 4 минуты назад

    Belsorat hoise

  • @joygogoi9828
    @joygogoi9828 4 минуты назад

    Sutmarana SI keitai Lebel diye IPS,r nisina , ihotor utpat besi hoise

  • @bipulmalakar3949
    @bipulmalakar3949 12 минут назад

    Nolbarit sobda hoyse

  • @arupbarman8749
    @arupbarman8749 14 минут назад

    Nalbari chamata hoise.

  • @kripalsaikia924
    @kripalsaikia924 19 минут назад

    RAGA POWER

  • @kushalsaikia377
    @kushalsaikia377 20 минут назад

    Tur mur tu shbd

  • @farukhussain3993
    @farukhussain3993 21 минуту назад

    Tezpur ot hoise

  • @Rupsarma216
    @Rupsarma216 28 минут назад

    Nagaon't hoise

  • @paragdeka2475
    @paragdeka2475 30 минут назад

    Sarthebari

  • @BhuyashiMedhi
    @BhuyashiMedhi 31 минуту назад

    Tihu kopi goise

  • @sarajudas5177
    @sarajudas5177 37 минут назад

    Baksha jillato ghor lori geisi

  • @aparnasarma5376
    @aparnasarma5376 42 минуты назад

    ঘৰৰ বেৰবোৰ ভাঙি যোৱা যেন লাগিছিল

  • @user-eb7fo8zg8h
    @user-eb7fo8zg8h 46 минут назад

    এই কথা শুনি তেওঁ বিজেপি। শব্দ ৰ।অনাগত। বিজেপি দলৰ হৈ খেলে হয় ৰাইজে খেদি অসমৰ স্বাধীনতা আহিল

  • @jahangirali7545
    @jahangirali7545 46 минут назад

    Super sonic...

  • @mhmondal5463
    @mhmondal5463 48 минут назад

    জলেশ্বৰত শব্দ শুনিব পৰা নাই 😅

  • @junuhaloi3575
    @junuhaloi3575 52 минуты назад

    ঘৰটোৰ বাগৰি পৰা যেন লাগিছিল। টিহুৰ পৰা।

  • @user-rf6ki2du8v
    @user-rf6ki2du8v 54 минуты назад

    Digaru nai

  • @AllInOne-mt1qe
    @AllInOne-mt1qe 55 минут назад

    Balor news dxa... Valkoi investigation kori day ako kor pora ahixa. Ghnta news dxa ... Hai Krna amr India news channel world point ratingt 169 t axe

  • @Bikas1750
    @Bikas1750 57 минут назад

    Nagaon 😂😒

  • @bhaskarsarma8976
    @bhaskarsarma8976 58 минут назад

    Amar pathsalat bohut hoise

  • @Golok-dp8js
    @Golok-dp8js 58 минут назад

    Barpeta crang simntot nai

  • @amalbora5903
    @amalbora5903 Час назад

    Lidar. Bure. Raijor. Toka. Mari. Mari. Pap. Hoise.

  • @HarekrishnaBhuyan-z4q
    @HarekrishnaBhuyan-z4q Час назад

    Namshala

  • @JoinBoro
    @JoinBoro Час назад

    Garatarisobdo

  • @electricaltech2m230
    @electricaltech2m230 Час назад

    i nalbari

  • @HaripdTaid
    @HaripdTaid Час назад

    আমাৰ শিৱসাগৰত কেতিয়া প্ৰচণ্ড শব্দ হ'ব

  • @gitukalita6716
    @gitukalita6716 Час назад

    Kostolato hoise

  • @manjitdas7897
    @manjitdas7897 Час назад

    Barpeta hoisa.

  • @Hgikv
    @Hgikv Час назад

    Boka. Khiniei boki. Thakk

  • @deepjyotimedhi3656
    @deepjyotimedhi3656 Час назад

    NALBARI kopi goise , Mor bike khan pori goise

  • @Hgikv
    @Hgikv Час назад

    Eman atah para kiyo

  • @ShyamalBarmanKalakarbend
    @ShyamalBarmanKalakarbend Час назад

    Nalbari belsor hoise ghr Lori goise

  • @paritoshdas592
    @paritoshdas592 Час назад

    Nalbari tu sunisu sabdatu.

  • @gautambaruah9882
    @gautambaruah9882 Час назад

    Sob bujilu ..... atiya kihor sabdo khaitu uliyuk .... khaitu hae apunalukor kam ......akekoi koi thanks kind hobo....

  • @deepakdas6508
    @deepakdas6508 Час назад

    Guwahati Fancy Bazar

  • @user-xg6hl7wg4t
    @user-xg6hl7wg4t Час назад

    Kachimpur Nalbari suna goise

  • @nibeditanishikashaypkaku7441

    আমাৰ ghr r usrt হিলে গৈছে ধোৱা olai গৈছে..

  • @user-sn4nr8wy8o
    @user-sn4nr8wy8o Час назад

    Sarthebari t ghor kopi goise... Krishna deka sarthebari

  • @user-ly3kg3oh2i
    @user-ly3kg3oh2i Час назад

    Khunilu just North Guwahati 😮 Like a Bomb blast

  • @barashadas2463
    @barashadas2463 Час назад

    Moyo xuna paisu moy vabisu atomik boom felale nki hirosima nagasakir dore😂

  • @deepamanisarma3525
    @deepamanisarma3525 Час назад

    Khirikir glass bur KOpi goise

  • @sahilahmed1
    @sahilahmed1 Час назад

    Modi pada hai😂

  • @deepamanisarma3525
    @deepamanisarma3525 Час назад

    Nalbarit o hoise

    • @Sangeetkedunia90
      @Sangeetkedunia90 33 минуты назад

      Near....Rangia.....Tamulpur t petrol paribahi tanker accident hoi blust hoise tare xabda hoise... Sage

  • @MaoBourah
    @MaoBourah Час назад

    Bhukamp aahe aase texpur jorhat

  • @NamitaTalukdar-mj5wc
    @NamitaTalukdar-mj5wc Час назад

    Nalbarihois

  • @Nowazulbashir
    @Nowazulbashir Час назад

    Paschim nalbari areat bikot sabdo hoise